পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চিকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চিকাৰী   বিশেষ্য

অর্থ : চিকাৰ কৰা ব্যক্তি

উদাহরণ : চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল

সমার্থক : ব্যাধ

চিকাৰী   বিশেষণ

অর্থ : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা

উদাহরণ : তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে

অর্থ : চিকাৰ কৰোঁতা

উদাহরণ : ঈগল এবিধ চিকাৰী চৰাই